অসমীয়া কুইজ / অসমীয়া সাধাৰণ জ্ঞান (খণ্ড- ২)
(১) কোনপাহাৰৰ শীৰ্ষত কামাখ্যা মন্দিৰ অৱস্থিত?
(ক) নীলাচল পাহাৰ
(খ) চিত্ৰাচল পাহাৰ
(গ) সন্ধ্যাচল পাহাৰ
Answer: (ক) নীলাচল পাহাৰ
(২) কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিচপুৰলৈ
স্থানান্তৰিত হয়?
(ক) ১৯৫০ চনত
(খ) ১৯৭১ চনত
(গ) ১৯৭৩ চনত
Answer: (গ) ১৯৭৩ চনত
(৩) নিম্নলিখিত কোনটো অঙ্গ খাদ্য হজম কৰাত জড়িত নহয়?
(ক) যকৃত
(খ) প্লীহা
(গ) জেজুনম
Answer: (খ) প্লীহা
(৪) কোনত চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল?
(ক) ১৯০২ চনত
(খ) ১৯১৭ চনত
(গ) ১৯২১ চনত
Answer: (খ) ১৯১৭ চনত
(৫) নিম্নলিখিত কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয়?
(ক) A
(খ) B
(গ) C
Answer: (গ) C
(৬) কোন জিলাত অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন অনুষ্ঠিত
হৈছিল?
(ক) শিৱসাগৰ
(খ) যোৰহাট
(গ) কামৰূপ
Answer: (ক) শিৱসাগৰ
(৭) USB ৰ সম্পূৰ্ণ অৰ্থ কি?
(ক) Universal Serial Bus
(খ) Universal System Bus
(গ) United Sending Bus
Answer: (ক) Universal Serial Bus
(৮) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) পদ্মনাথ গোহাঁই বৰুৱা
(গ) হেমচন্দ্ৰ গোস্বামী
Answer: (খ) পদ্মনাথ গোহাঁই বৰুৱা
(৯) নিম্নলিখিত কোনখন গ্ৰন্থি নলীহীন?
(ক) অন্তঃস্ৰাৱী গ্ৰন্থি
(খ) পিটুইটাৰী গ্ৰন্থি
(গ) লালটি গ্ৰন্থি
Answer: (ক) অন্তঃস্ৰাৱী গ্ৰন্থি
(১০) অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা-
(ক) ৩ খন
(খ) ৪ খন
(গ) ৭ খন
Answer: (গ) ৭ খন
ওপৰত আমি আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কুইজ তথা
সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ দিলো। আমি ভাবো এই ১০ টা প্ৰশ্নই আপোনাক
আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰশ্নবোৰ সকলো প্ৰতিযোগিতামূলক
পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসম আৰক্ষী,
জলসিঞ্চন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নোয়ন বিভাগ, কৃষি বিভাগ, এপিএছচি, এছএছচি, ভাৰতীয় সেনা, ভাৰতীয়
বায়ু সেনা, ভাৰতীয় নৌসেনা আদিৰ বিভিন্ন পৰীক্ষাৰ
প্ৰাৰ্থীসকল আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ সমূহৰ পৰা লাভান্বিত হ’ব। আমি তেওঁলোক
সকলোকে তেওঁলোকৰ ফলাফল বৃদ্ধি কৰিবলৈ আমাৰ এই ৱেবছাইটলৈ আহি আমি সময়ে সময়ে দি যোৱা
এই অসমীয়া কুইজৰ খণ্ডসমূহ পঢ়ি যাবলৈ অনুৰোধ জনাইছো।
Join Our WhatsApp Group- Click Here
