অসমীয়া কুইজ (খণ্ড- ৭) / অসমীয়া সাধাৰণ জ্ঞান
(৬১) গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত?
(ক) ডিব্ৰুগড়
(খ) কোকৰাঝাৰ
(গ) যোৰহাট
Answer: (গ) যোৰহাট
(৬২) নিম্নলিখিত কোনখন প্ৰথম অসমীয়া মিনি আলোচনী?
(ক) জোনাকী
(খ) বাঁহী
(গ) বিন্দু
Answer: (গ) বিন্দু
(৬৩) কিমান চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয়?
(ক) ১৯৭০
(খ) ১৯৭২
(গ) ১৯৭৫
Answer: (ক) ১৯৭০
(৬৪) নিম্নলিখিত কাক অসমীয়া গদ্যৰ পিতৃ বুলি কোৱা হয়?
(ক) শংকৰদেৱ
(খ) বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য
(গ) লক্ষ্মীনাথ বেজবৰুৱা
Answer: (খ) বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য
(৬৫) কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়?
(ক) যোৰহাট
(খ) শুৱালকুচি
(গ) ডিফু
Answer: (খ) শুৱালকুচি
(৬৬) কোনে প্ৰথম অসমীয়া ব্যাকৰণ লিখিছিল?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) মাইলচ ব্ৰনচন
(গ) নাথান ব্ৰাউন
Answer: (গ) নাথান ব্ৰাউন
(৬৭) অসমৰ কোন ঠাইত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ
লিমিটেড উদ্যোগটো অৱস্থিত?
(ক) মাকুম
(খ) মৰিয়নি
(গ) লেপেটকটা
Answer: (গ) লেপেটকটা
(৬৮) প্ৰথম অসমীয়া চনেট কি?
(ক) বনকুৱৰি
(খ) প্ৰিয়তমাৰ চিঠি
(গ) চকুলো
Answer: (খ) প্ৰিয়তমাৰ চিঠি
(৬৯) অসমৰ কোনখন চহৰত এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে?
(ক) জাগীৰোড
(খ) টংলা
(গ) ধুবুৰী
Answer: (ক) জাগীৰোড
(৭০) গুণমালা হৈছে ইয়াৰ এক সংক্ষিপ্তাধিত সংস্কৰণ –
(ক) ভাগৱত
(খ) পুৰাণ
(গ) বেদ
Answer: (ক) ভাগৱত
ওপৰত আমি আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কুইজ তথা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ দিলো। আমি ভাবো এই ১০ টা প্ৰশ্নই আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰশ্নবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসম আৰক্ষী, জলসিঞ্চন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নোয়ন বিভাগ, কৃষি বিভাগ, এপিএছচি, এছএছচি, ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌসেনা আদিৰ বিভিন্ন পৰীক্ষাৰ প্ৰাৰ্থীসকল আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ সমূহৰ পৰা লাভান্বিত হ’ব। আমি তেওঁলোক সকলোকে তেওঁলোকৰ ফলাফল বৃদ্ধি কৰিবলৈ আমাৰ এই ৱেবছাইটলৈ আহি আমি সময়ে সময়ে দি যোৱা এই অসমীয়া কুইজৰ খণ্ডসমূহ পঢ়ি যাবলৈ অনুৰোধ জনাইছো।
Join Our WhatsApp Group- Click Here
