অক্ষয় কুমাৰৰ প্ৰকৃত নাম জানিলে আচৰিত হ’ব আপুনিও। ৰহস্য!

Joonak.in
0
অক্ষয় কুমাৰৰ প্ৰকৃত নাম জানিলে আচৰিত হ’ব আপুনিও। ৰহস্য!

অক্ষয় কুমাৰৰ প্ৰকৃত নাম জানিলে আচৰিত হব আপুনিও। ৰহস্য!


বলীউডৰ খিলাড়ী খ্যাত অক্ষয় কুমাৰক লৰাৰ পৰা বয়োবৃদ্ধলৈকে সকলোৱে চিনি পায়। তেওঁক হয়টো পুণৰ নতুনকৈ চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। কিন্তু আমাৰ মাজৰে বহু লোকেই হয়টো তেওঁৰ প্ৰকৃত নাম কি নাজানে?

আজি আপোনালোকে এই লেখাটোৰ পৰা খিলাড়ী কুমাৰৰ প্ৰকৃত নাম জানিব পাৰিব আৰু লগতে তেওঁৰ নাম কিয় অক্ষয় কুমাৰ হল তাৰ আঁৰত থকা কাহিনীটো।

অক্ষয় কুমাৰৰ প্ৰকৃত নাম হৈছে ৰাজীৱ ভাটিয়া (ৰাজীৱ হৰি অম ভাটিয়া)। এতিয়া জানো আহক খিলাড়ী কুমাৰৰ নাম ৰাজীৱ ভাটিয়াৰ সলনি কিয় অক্ষয় কুমাৰ ৰখা হয়।

সেই সময়ৰ কথা যি সময়ত অক্ষয় কুমাৰে বলীউডত খুপনি পুটিবলৈ চেষ্টা চলাই আছিল। অক্ষয় কুমাৰে মহেশ ভটআজনামৰ চিনেমাখনত প্ৰায় ৭ ছেকেণ্ড মানৰ কাৰণে অভিনয় কৰে। এইখিনিতে এটা কথা স্পষ্ট কৰি দিওঁ যে এই চিনেমেখনেই হৈছে অক্ষয় কুমাৰৰ বলীউডত অভিনয় কৰা প্ৰথম চিনেমা। উল্লেখনীয় কথা যে সেই ৭ ছেকেণ্ডৰ ভিতৰত চিনেমাখনত তেওঁৰ চেহেৰাটোও ভালদৰে ওলোৱা নাছিল। সেই চিনেমাখনৰ হিৰ আছিল কুমাৰ গৌৰৱ, যাৰ নাম চিনেমাখনত আছিল অক্ষয়।  এই চিনেমাখনৰ পিছৰ পৰাই অক্ষয় কুমাৰে নিজৰ নাম ৰাজীৱ ভাটিয়া (ৰাজীৱ হৰি অম ভাটিয়া) ৰ সলনি অক্ষয় কুমাৰ ৰাখে।

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top