Google ৰ বিষয়ে কেইটামান আচৰিত তথ্য | Google Facts in Assamese
বৰ্তমান
সময়ত প্ৰতিজন ব্যক্তিয়েই পৰোক্ষ বা প্ৰতক্ষ্যভাবে ইন্টাৰনেটৰ সৈতে জড়িত হৈ আছে
আৰু ইন্টাৰনেট মানেই এক প্ৰকাৰে Google বুলি ক’ব পাৰি। এই গুগলৰ এনেকুৱা কেইটামান আচৰিত তথ্য- Google Facts আছে যিকোইটা জানিলে আপুনিও আচৰিত হ’ব। এইবোৰ নো কি
হয়? জানো আহক-
১) গুগলৰ
নামটো বানানৰ ভুলৰ বাবেহে Google হ’ল।
গুগলৰ প্ৰতিস্থাপকে ‘Googol’ নাম ৰাখিব বিচাৰিছিল। কিন্তু
বানান লিখাৰ ভুলৰ বাবেহে Google হ’ল।
২) Google এ ছেকেণ্ডত ইমানেই ৰিজাল্ট আনি দিব পাৰে যিবোৰ আপুনি হিচাপ কৰিব নোৱাৰিব।
৩) Google কোম্পানীত কাম কৰা প্ৰায় ২০ শতাংশ ব্যক্তি এনেধৰণৰ যি কেতিয়াও কলেজলৈ যোৱা
নাছিল।
৪) Google কোম্পানীৰ ৮০ শতাংশতকৈও অধিক আয়
বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ পৰা লাভ কৰে।
৫) গুগল
কোম্পানীয়ে প্ৰতি দিনে প্ৰায় ৭ আৰৱতকৈও অধিক টকা আয় কৰে আৰু এই হিচাপত প্ৰতি
ছেকেণ্ডত ৬০,০০০ টকাতকৈও অধিক আয় কৰে।
৬) গুগল কোম্পানীত প্ৰতি দিনে চাকৰিৰ বাবে ২৫,০০০
তকৈও অধিক ব্যক্তিয়ে আবেদন কৰে।
৭) আপুনি বাৰু Google
প্ৰতিস্থাপকৰ নাম জানে নে? Google ৰ প্ৰতিস্থাপকৰ নাম হৈছে Larry
Page আৰু Sergey Brin ।
৮) Google এ ২০০৪ চনৰ ১ এপ্ৰিলত Gmail ৰ আৰম্ভণি কৰিছিল।
৯)Alexa ৰ মতে পৃথিৱীৰ আটাইতকৈ বৃহত্ ৱেবছাইট হৈছে Google।


Why it is call 'Googol'?
ReplyDelete