অসমীয়া সাধাৰণ জ্ঞান (খণ্ড- ৩) || Assamese Quiz / Gk Part 3

Joonak
0

 


অসমীয়া কুইজ (খণ্ড- ৩) / অসমীয়া সাধাৰণ জ্ঞান

(২১) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলং কেইখন আছে?

(ক) ৪ খন

(খ) ৫ খন

(গ) ৬ খন

Answer: (গ) ৬ খন

(২২) নৰনাৰায়ণ সেতুয়ে পঞ্চৰত্ন নগৰক কোন চহৰৰ সৈতে সংযোগ কৰে?

(ক) কলিয়াবৰ

(খ) যোগীঘোপা

(গ) তেজপুৰ

Answer: (খ) যোগীঘোপা

(২৩) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

(ক) বিষ্ণুৰাম মেধি

(খ) তৰুণ ৰাম ফুকন

(গ) গোপীনাথ বৰদলৈ

Answer: (গ) গোপীনাথ বৰদলৈ

(২৪) ক্লোৰোফৰ্মৰ প্ৰকৃত নাম কি?

(ক) ট্ৰাইক্লোৰোমিথেন

(খ) ছডিয়াম ক্লৰাইড

(গ) নাইট্ৰজেন অক্সাইড

Answer: (ক) ট্ৰাইক্লোৰোমিথেন

(২৫) LED ৰ সম্পূৰ্ণ অৰ্থ কি?

(ক) Lighting Emitting Diode

(খ) Light Emit Diode

(গ) Light Emitting Diode

Answer: (গ) Light Emitting Diode

(২৬) শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল?

(ক) ১৪৪৯

(খ) ১৪৩২

(গ) ১৩৫২

Answer: (ক) ১৪৪৯

(২৭) নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল?

(ক) জেমছ চাডউইক

(খ) আইজেক নিউটন

(গ) এলবাৰ্ট আইনষ্টাইন

Answer: (ক) জেমছ চাডউইক

(২৮) প্ৰথম অসমীয়া ছবি জয়মতি কিমান চনত মুক্তি পায়?

(ক) ১৯২২

(খ) ১৯৩৫

(গ) ১৯৩৮

Answer: (খ) ১৯৩৫

(২৯) অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়?

(ক) ১২ আগষ্ট

(খ) ৩০ আগষ্ট

(গ) ৩ ছেপ্টেম্বৰ

Answer: (গ) ৩ ছেপ্টেম্বৰ

(৩০) MS-Word কি?

(ক) এটা ইনপুট ডিভাইচ

(খ) এটা এপ্লিকেচন ছফ্টৱেৰ

(গ) এটা অপাৰেটিং চিষ্টেম

Answer: (খ) এটা এপ্লিকেচন ছফ্টৱেৰ

ওপৰত আমি আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কুইজ তথা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ দিলো। আমি ভাবো এই ১০ টা প্ৰশ্নই আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰশ্নবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসম আৰক্ষী, জলসিঞ্চন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নোয়ন বিভাগ, কৃষি বিভাগ, এপিএছচিএছএছচিভাৰতীয় সেনাভাৰতীয় বায়ু সেনাভাৰতীয় নৌসেনা আদিৰ বিভিন্ন পৰীক্ষাৰ প্ৰাৰ্থীসকল আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ সমূহৰ পৰা লাভান্বিত হ’ব। আমি তেওঁলোক সকলোকে তেওঁলোকৰ ফলাফল বৃদ্ধি কৰিবলৈ আমাৰ এই ৱেবছাইটলৈ আহি আমি সময়ে সময়ে দি যোৱা এই অসমীয়া কুইজৰ খণ্ডসমূহ পঢ়ি যাবলৈ অনুৰোধ জনাইছো।


Join Our Telegram Channel - Click Here

Join Our WhatsApp Group- Click Here

You can Donate us through UPI IDjoonak@ybl

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top