(৯১) সোৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে?
(ক) শনি
(খ) মঙ্গল
(গ) বৃহস্পতি
Answer: (ক) শনি
(৯২) পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল?
(ক) ১৮৫৭
(খ) ১৮৯৪
(গ) ১৮৮৯
Answer: (খ) ১৮৯৪
(৯৩) কাৰেংগাৰ লিগিৰি নাটক কোনে লিখিছিল?
(ক) পাৰ্বতী প্ৰসাদ বৰুৱা
(খ) জ্যোতি প্ৰসাদ আগৰৱালা
(গ) বিষ্ণু প্ৰসাদ ৰভা
Answer: (খ) জ্যোতি প্ৰসাদ আগৰৱালা
(৯৪) স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি
কোন আছিল?
(ক) বিষ্ণুৰাম মেধি
(খ) গোপীনাথ বৰদলৈ
(গ) তৰুণ ৰাম ফুকন
Answer: (গ) তৰুণ ৰাম ফুকন
(৯৫) ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন?
(ক) মাধৱ কন্দলী
(খ) মাধৱদেৱ
(গ) ৰাম সৰস্বতী
Answer: (ক) মাধৱ কন্দলী
(৯৬) অসমৰ কোন জিলাত টেৰাকোটা উদ্যোগ অৱস্থিত?
(ক) ধুবুৰী
(খ) কৰিমগঞ্জ
(গ) গোৱালপাৰা
Answer: (ক) ধুবুৰী
(৯৭) ‘সাহিত্য একাডেমী বঁটা’ বিজয়ী কিতাপ “দেওলাংখুই”ৰ
লেখক কোন?
(ক) নিৰ্মল প্ৰভা বৰদলৈ
(খ) নিৰুপমা বৰগোহাঁই
(গ) ৰীতা চৌধুৰী
Answer: (গ) ৰীতা চৌধুৰী
(৯৮) কিমান চনত আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল?
(ক) ১২১৬
(খ) ১২২৮
(গ) ১২৫৬
Answer: (খ) ১২২৮
(৯৯) শংকৰদেৱে লিখা সকলো কিতাপৰ ভিতৰত নিম্নলিখিত কোনখন
কিতাপ আটাইতকৈ সৰু?
(ক) কালিয়া দমন
(খ) কীৰ্তন
(গ) গুণমালা
Answer: (গ) গুণমালা
(১০০) শিৱ দ’ল কাৰ ৰাজত্বকালত নিৰ্মাণ
কৰা হৈছিল?
(ক) প্ৰমত্ত সিংহ
(খ) ৰুদ্ৰ সিংহ
(গ) শিৱ সিংহ
Answer: (গ) শিৱ সিংহ
ওপৰত আমি আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কুইজ তথা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ দিলো। আমি ভাবো এই ১০ টা প্ৰশ্নই আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰশ্নবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসম আৰক্ষী, জলসিঞ্চন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নোয়ন বিভাগ, কৃষি বিভাগ, এপিএছচি, এছএছচি, ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌসেনা আদিৰ বিভিন্ন পৰীক্ষাৰ প্ৰাৰ্থীসকল আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ সমূহৰ পৰা লাভান্বিত হ’ব। আমি তেওঁলোক সকলোকে তেওঁলোকৰ ফলাফল বৃদ্ধি কৰিবলৈ আমাৰ এই ৱেবছাইটলৈ আহি আমি সময়ে সময়ে দি যোৱা এই অসমীয়া কুইজৰ খণ্ডসমূহ পঢ়ি যাবলৈ অনুৰোধ জনাইছো।
Join Our Telegram Channel - Click Here
