অসমীয়া কুইজ
(খণ্ড- ৫) / অসমীয়া সাধাৰণ জ্ঞান
(৪১) BARC ৰ সম্পূৰ্ণ অৰ্থ কি?
(ক) Bhabha Atomic Reserve Centre
(খ) Bharat Atomic Research Centre
(গ) Bhabha Atomic Research Centre
Answer: (গ) Bhabha Atomic Research Centre
(৪২) প্ৰথম অসমীয়া অভিধান "হেমকোষ" ৰ ৰচক কোন?
(ক) চন্দ্ৰধৰ বৰুৱা
(খ) হেমচন্দ্ৰ গোস্বামী
(গ) হেমচন্দ্ৰ বৰুৱা
Answer: (গ) হেমচন্দ্ৰ বৰুৱা
(৪৩) "জ্ঞানপীঠ বঁটা" লাভ কৰা প্ৰথম জন অসমীয়া
কোন?
(ক) ইন্দিৰা গোস্বামী
(খ) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
(গ) ভূপেন হাজৰিকা
Answer: (খ) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
(৪৪) ডুৰাণ্ড ৰেখা কোন দুখন দেশৰ মাজৰ সীমা?
(ক) আফগানিস্তান আৰু পাকিস্তান
(খ) আফগানিস্তান আৰু ভাৰত
(গ) আফগানিস্তান আৰু ইৰাণ
Answer: (ক) আফগানিস্তান আৰু পাকিস্তান
(৪৫) কোন চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী স্থাপন
কৰিছিল?
(ক) ১২৫৩ চনত
(খ) ১২৭২ চনত
(গ) ১২৯৬ চনত
Answer: (ক) ১২৫৩ চনত
(৪৬) কোনখন মহাদেশত নীল নদী আছে?
(ক) এছিয়া
(খ) আফ্ৰিকা
(গ) আমেৰিকা
Answer: (খ) আফ্ৰিকা
(৪৭) হিউয়েন চাঙে কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল?
(ক) ভাস্কৰ বৰ্মন
(খ) মহেন্দ্ৰ বৰ্মন
(গ) পুষ্প্য বৰ্মন
Answer: (ক) ভাস্কৰ বৰ্মন
(৪৮) কোন চনত প্ৰথম অসমীয়া আলোচনী অৰুনোদোই প্ৰকাশ পায়?
(ক) ১৮৩৬ চনত
(খ) ১৮৪৬ চনত
(গ) ১৮৭২ চনত
Answer: (খ) ১৮৪৬ চনত
(৪৮) বাংলাদেশৰ সংসদৰ নাম কি?
(ক) চেনেট
(খ) চেম্বাৰ অফ ডেপুটিজ
(গ) জাতীয় সংসদ
Answer: (গ) জাতীয় সংসদ
(৪৯) কোন চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম
ভ্ৰমণ কৰে?
(ক) ১৯২১ চনত
(খ) ১৯১৯ চনত
(গ) ১৯২০ চনত
Answer: (ক) ১৯২১ চনত
(৫০) অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি?
(ক) ভেট ফুল
(খ) কেংগাৰু
(গ) গোলাপ
Answer: (খ) কেংগাৰু
ওপৰত আমি আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কুইজ তথা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ দিলো। আমি ভাবো এই ১০ টা প্ৰশ্নই আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰশ্নবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসম আৰক্ষী, জলসিঞ্চন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নোয়ন বিভাগ, কৃষি বিভাগ, এপিএছচি, এছএছচি, ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌসেনা আদিৰ বিভিন্ন পৰীক্ষাৰ প্ৰাৰ্থীসকল আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ সমূহৰ পৰা লাভান্বিত হ’ব। আমি তেওঁলোক সকলোকে তেওঁলোকৰ ফলাফল বৃদ্ধি কৰিবলৈ আমাৰ এই ৱেবছাইটলৈ আহি আমি সময়ে সময়ে দি যোৱা এই অসমীয়া কুইজৰ খণ্ডসমূহ পঢ়ি যাবলৈ অনুৰোধ জনাইছো।
Join Our Telegram Channel - Click Here
Join Our WhatsApp Group- Click Here
