অসমীয়া কুইজ
(খণ্ড- ৬) / অসমীয়া সাধাৰণ জ্ঞান
(৫১) পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন?
(ক) মোনাকো
(খ) টুভালো
(গ) ভেটিকান চিটি
Answer: (গ) ভেটিকান চিটি
(৫২) পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন?
(ক) ৰুছ
(খ) কানাডা
(গ) চীন
Answer: (ক) ৰুছ
(৫৩) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখন হৈছে-
(ক) ইয়াৰুইনগাম
(খ) বনফুল
(গ) অলকানন্দা
Answer: (খ) বনফুল
(৫৪) ‘আমাৰ সোণাৰ বাংলা’ কোন খন দেশৰ ৰাষ্ট্ৰীয় সংগীত?
(ক) পশ্চিম বংগ
(খ) বাংলাদেশ
(গ) পাকিস্তান
Answer: (খ) বাংলাদেশ
(৫৫) অসমৰ প্ৰথম বেৰিষ্টাৰ কোন?
(ক) হলিৰাম ডেকা
(খ) প্ৰণৱ কুমাৰ বৰুৱা
(গ) আনন্দৰাম বৰুৱা
Answer: (গ) আনন্দৰাম বৰুৱা
(৫৬) তলৰ কোনখন মাটিকালি অনুসৰি অসমৰ আটাইতকৈ ডাঙৰ জিলা?
(ক) বৰপেটা
(খ) কাৰ্বি আংলং
(গ) শিৱসাগৰ
Answer: (খ) কাৰ্বি আংলং
(৫৭) আফ্ৰিকাৰ উচ্চতম
শৃ্ংগৰ নাম কি?
(ক) কিলিমাঞ্জাৰো
(খ) কাঞ্চনজংঘা
(গ) মানসলু
Answer: (ক) কিলিমাঞ্জাৰো
(৫৮) আফ্ৰিকা মহাদেশত কিমানখন দেশ আছে?
(ক) ৫৪ খন
(খ) ৫০ খন
(গ) ৪৮ খন
Answer: (ক) ৫৪ খন
(৫৯) কোন খন জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত?
(ক) গোলাঘাট
(খ) শিৱসাগৰ
(গ) কাৰ্বি আংলং
Answer: (গ) কাৰ্বি আংলং
(৬০) কোন বছৰত অসমত National Games অনুষ্ঠিত
হৈছিল?
(ক) ২০০৭ চনত
(খ) ২০০৫ চনত
(গ) ২০০২ চনত
Answer: (ক) ২০০৭ চনত
ওপৰত আমি আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কুইজ তথা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ দিলো। আমি ভাবো এই ১০ টা প্ৰশ্নই আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰশ্নবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসম আৰক্ষী, জলসিঞ্চন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নোয়ন বিভাগ, কৃষি বিভাগ, এপিএছচি, এছএছচি, ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌসেনা আদিৰ বিভিন্ন পৰীক্ষাৰ প্ৰাৰ্থীসকল আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ সমূহৰ পৰা লাভান্বিত হ’ব। আমি তেওঁলোক সকলোকে তেওঁলোকৰ ফলাফল বৃদ্ধি কৰিবলৈ আমাৰ এই ৱেবছাইটলৈ আহি আমি সময়ে সময়ে দি যোৱা এই অসমীয়া কুইজৰ খণ্ডসমূহ পঢ়ি যাবলৈ অনুৰোধ জনাইছো।
Join Our Telegram Channel - Click Here
Join Our WhatsApp Group- Click Here

বহুয প্ৰয়োজনীয় প্ৰশ্নোত্তৰ....ভাল লাগিল...ধন্যবাদ আপোনাৰ লৈ🙏
ReplyDelete