অসমীয়া সাধাৰণ জ্ঞান (খণ্ড- ৮) || Assamese Quiz / Assamese Gk (Part 8)

Joonak
0

 

অসমীয়া কুইজ (খণ্ড- ৮) / অসমীয়া সাধাৰণ জ্ঞান

(৭১) কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়?

(ক) ১৯৩৫

(খ) ১৯৪২

(গ) ১৯৪৮

Answer: (গ) ১৯৪৮

(৭২) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?

(ক) কৃষ্ণকান্ত সন্দিকৈ

(খ) হেমচন্দ্ৰ গোস্বামী

(গ) পদ্মনাথ গোহাঁই বৰুৱা

Answer: (ক) কৃষ্ণকান্ত সন্দিকৈ

(৭৩) শংকৰদেৱে লিখা প্ৰথম অংকীয়া নাট কি আছিল?

(ক) ৰুক্মিণী হৰণ

(খ) পাৰিজাত হৰণ

(গ) চিহ্নযাত্ৰা

Answer: (গ) চিহ্নযাত্ৰা

(৭৪) অসমত মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান?

(ক) ১২ টা

(খ) ১৩ টা

(গ) ১৪ টা

Answer: (গ) ১৪ টা

(৭৫) অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

(ক) শিৱসাগৰ

(খ) কামৰূপ

(গ) বৰপেটা

Answer: (ক) শিৱসাগৰ

(৭৬) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) পদ্মনাথ গোহাঁই বৰুৱা

(গ) হেমচন্দ্ৰ গোস্বামী

Answer: (খ) পদ্মনাথ গোহাঁই বৰুৱা

(৭৭) কোন চনত লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই 'ৰসৰাজ' সন্মানেৰে সন্মানিত কৰে?

(ক) ১৯১৭

(খ) ১৯৩১

(গ) ১৯২৮

Answer: (খ) ১৯৩১

(৭৮) অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি?

(ক) নটৰাজ থিয়েটাৰ

(খ) আবাহান থিয়েটাৰ

(গ) কহিনুৰ থিয়েটাৰ

Answer: (গ) কহিনুৰ থিয়েটাৰ

(৭৯) নামঘোষা কোনে ৰচনা কৰিছিল?

(ক) শংকৰদেৱ

(খ) মাধবদেৱ

(গ) মাধৱ কন্দলী

Answer: (খ) মাধবদেৱ

(৮০) প্রথম আধুনিক অসমীয়া নাটকখনৰ নাম কি?

(ক) ৰাম নৱমী

(খ) লুকাভাকু

(গ) খাৰু

Answer: (ক) ৰাম নৱমী


ওপৰত আমি আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কুইজ তথা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ দিলো। আমি ভাবো এই ১০ টা প্ৰশ্নই আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰশ্নবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসম আৰক্ষী, জলসিঞ্চন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নোয়ন বিভাগ, কৃষি বিভাগ, এপিএছচিএছএছচিভাৰতীয় সেনাভাৰতীয় বায়ু সেনাভাৰতীয় নৌসেনা আদিৰ বিভিন্ন পৰীক্ষাৰ প্ৰাৰ্থীসকল আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ সমূহৰ পৰা লাভান্বিত হ’ব। আমি তেওঁলোক সকলোকে তেওঁলোকৰ ফলাফল বৃদ্ধি কৰিবলৈ আমাৰ এই ৱেবছাইটলৈ আহি আমি সময়ে সময়ে দি যোৱা এই অসমীয়া কুইজৰ খণ্ডসমূহ পঢ়ি যাবলৈ অনুৰোধ জনাইছো।

Join Our Telegram Channel - Click Here

You can Donate us through UPI IDjoonak@ybl

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top