(৮১) কিমান চনত "হালধীয়া চৰাই বাওধান খায়" ৰাষ্ট্ৰীয়
চলচ্চিত্ৰ বঁটা লাভ কৰে?
(ক) ১৯৮৫
(খ) ১৯৮৮
(গ) ১৯৯০
Answer: (খ) ১৯৮৮
(৮২) কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ কফি উৎপাদক?
(ক) চীন
(খ) ব্ৰাজিল
(গ) ভাৰত
Answer: (খ) ব্ৰাজিল
(৮৩) নিম্নলিখিত কোনজনে "হালধীয়া চৰাই বাওধান খায়"
বোলছবিখন পৰিচালনা কৰিছিল?
(ক) ভবেন্দ্ৰ নাথ শইকীয়া
(খ) জাহ্নু বৰুৱা
(গ) ভূপেন হাজৰীকা
Answer: (খ) জাহ্নু বৰুৱা
(৮৪) অসমৰ প্ৰথম মহিলা IAS কোন আছিল?
(ক) পাৰুল দেৱী দাস
(খ) সঞ্জুক্তা পৰাশৰ
(গ) য়ামিন হাজাৰিকা
Answer: (ক) পাৰুল দেৱী দাস
(৮৫) ভাৰতীয় ভূমিখণ্ডৰ মুঠ কিমান শতাংশ অসম ৰাজ্যই সামৰি
লৈছে-
(ক) ৩.৩৯%
(খ) ২.৩৯%
(গ) ২.৯৩%
Answer: (খ) ২.৩৯%
(৮৬) GEAC ৰ সম্পূৰ্ণ অৰ্থ কি?
(ক) General Engineering Approval Committee
(খ) Genetic Engineer Appraisal Council
(গ) Genetic Engineering Appraisal Committee
Answer: (গ) Genetic Engineering Appraisal
Committee
(৮৭) নিম্নলিখিত কোনটো ভাষা শংকৰদেৱে বৰগীত লিখিবলৈ
ব্যৱহাৰ কৰিছিল?
(ক) ব্ৰজাৱলী
(খ) সংস্কৃত
(গ) বঙালী
Answer: (ক) ব্ৰজাৱলী
(৮৮) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হৈছে-
(ক) ৭২.১৯ শতাংশ
(খ) ৭২.৫৮ শতাংশ
(গ) ৭৩.১২ শতাংশ
Answer: (ক) ৭২.১৯ শতাংশ
(৮৯) হেলীৰ ধুমকেতু কিমান বছৰৰ মূৰত আহে?
(ক) ৫০ বছৰ
(খ) ৭৬ বছৰ
(গ) ৮৬ বছৰ
Answer: (খ) ৭৬ বছৰ
(৯০) সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাওঁতে কিমান সময় লাগে?
(ক) ৫ মিনিট
(খ) ৭ মিনিট
(গ) ৮ মিনিট
Answer: (গ) ৮ মিনিট
ওপৰত আমি আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কুইজ তথা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ দিলো। আমি ভাবো এই ১০ টা প্ৰশ্নই আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰশ্নবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসম আৰক্ষী, জলসিঞ্চন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নোয়ন বিভাগ, কৃষি বিভাগ, এপিএছচি, এছএছচি, ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌসেনা আদিৰ বিভিন্ন পৰীক্ষাৰ প্ৰাৰ্থীসকল আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ সমূহৰ পৰা লাভান্বিত হ’ব। আমি তেওঁলোক সকলোকে তেওঁলোকৰ ফলাফল বৃদ্ধি কৰিবলৈ আমাৰ এই ৱেবছাইটলৈ আহি আমি সময়ে সময়ে দি যোৱা এই অসমীয়া কুইজৰ খণ্ডসমূহ পঢ়ি যাবলৈ অনুৰোধ জনাইছো।
Join Our Telegram Channel - Click Here
