অসমীয়া কুইজ (খণ্ড- ৪) / অসমীয়া সাধাৰণ জ্ঞান
(৩১) এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই কিমান চনত পদক জয় কৰে?
(ক) ১৯৬৬
(খ) ১৯৬২
(গ) ১৯৭৮
Answer: (ক) ১৯৬৬
(৩২) Default Document Print কোনটো?
(ক) Portrait
(খ) Landscape
(গ) Print View
Answer: (ক) Portrait
(৩৩) অসমত আহোমৰ শেষ ৰজাজনৰ নাম কি?
(ক) গোবৰ ৰোজা
(খ) চুটানফা
(গ) পুৰন্দৰ সিংহ
Answer: (গ) পুৰন্দৰ সিংহ
(৩৪) ডিজিটেল ডাটাৰ আটাইতকৈ সৰু একক কোনটো?
(ক) Kilobyte
(খ) Byte
(গ) Bit
Answer: (গ) Bit
(৩৫) কম্পিউটাৰে কোনটো নম্বৰ চিষ্টেমত কাম কৰে?
(ক) Octal
(খ) Binary
(গ) Hexadecimal
Answer: (খ) Binary
(৩৬) কোন চনত ইয়াণ্ডাবু সন্ধি চুক্তি স্বাক্ষৰিত হয়?
(ক) ১৮০২ চনত
(খ) ১৮২৬ চনত
(গ) ১৮৩০ চনত
Answer: (খ) ১৮২৬ চনত
(৩৭) তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস?
(ক) মিৰি জীয়ৰী
(খ) পদুম কুঁৱৰী
(গ) ভানুমতী
Answer: (গ) ভানুমতী
(৩৮) RAM ক’ত অৱস্থিত?
(ক) Expansion Board
(খ) External Drive
(গ) Mother Board
Answer: (গ) Mother Board
(৩৯) অসমৰ জাতীয় সংগীত "অ’
মোৰ আপোনাৰ দেশ" প্ৰথমে কোনখন আলোচনীত প্ৰকাশ হৈছিল?
(ক) বাঁহী
(খ) জোনাকী
(গ) সুৰভি
Answer: (ক) বাঁহী
(৪০) Google ৰ মুখ্য কাৰ্যালয়
ক’ত অৱস্থিত?
(ক) কেলিফৰ্ণিয়া
(খ) মুম্বাই
(গ) ছিঙ্গাপুৰ
Answer: (ক) কেলিফৰ্ণিয়া
ওপৰত আমি আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কুইজ তথা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ দিলো। আমি ভাবো এই ১০ টা প্ৰশ্নই আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰশ্নবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসম আৰক্ষী, জলসিঞ্চন বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নোয়ন বিভাগ, কৃষি বিভাগ, এপিএছচি, এছএছচি, ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌসেনা আদিৰ বিভিন্ন পৰীক্ষাৰ প্ৰাৰ্থীসকল আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ সমূহৰ পৰা লাভান্বিত হ’ব। আমি তেওঁলোক সকলোকে তেওঁলোকৰ ফলাফল বৃদ্ধি কৰিবলৈ আমাৰ এই ৱেবছাইটলৈ আহি আমি সময়ে সময়ে দি যোৱা এই অসমীয়া কুইজৰ খণ্ডসমূহ পঢ়ি যাবলৈ অনুৰোধ জনাইছো।
Join Our Telegram Channel - Click Here
Join Our WhatsApp Group- Click Here
