অসমীয়া কেইটামান খণ্ডবাক্য আৰু জতুৱা ঠাঁচঃ

Joonak
0

 


অসমীয়া কেইটামান খণ্ডবাক্য আৰু জতুৱা ঠাঁচঃ

কপিল ফুলা - ভাগ্য উদয় হোৱা,

কপাল ফুটা - ভাগ্য নথকা,

কাঁহ পৰা জীন যা - নিৰ্জন,

খাই পাত ফলা - অশলাগী,

খাই বাই চা - মনোযোগেৰে চোৱা,

ঘৰ গোনা - অনবৰতে ঘৰতে থকা

চকু মুদ - মৃত্যু হ

তেজক পানী কৰ - কষ্ট কৰা

পেট ভাটৌ - পেটত কথা ৰখা

পানী কৰ - ধ্বংস কৰ

পানী মিঠৈ - বন্ধু সুসম্পৰ্ক থকা

বুকুৰ তেজ - আপোন

মুখৰ ছাই গুচা - শ্ৰদ্ধাদি কৰা

মূৰ দোৱা - সন্মান যচা

মূৰে ভৰি কাঢ়া - অতপালি কৰা

সোণৰ সোলেং - আৰামদায়ক

সাত ঘাটৰ চেঙেলী - কৰ্মঠ

হাত লৰ - চোৰ স্বভাৱৰ

হাড় পেলা - মৃত্যু হোৱা

হাত দীঘল - ক্ষমতাশালী

সান্দহ খোৱা বালি তল যা - কষ্টসাধ্য হৈ পৰা

বিনা মেঘে বজ্ৰপাত - হঠাৎ

পেটে ভাতে খা - কোনোমতে খাই বই চলি থকা

চকুৱে সৰিয়হ ফুল দেখা - ভয়ত ঠৰকাচুতি হেৰুৱা

পাবত গজা - মূল নোহোৱা

ৰৌটোকে ঢৌটো কৰ - সৰু কথাকে ডাঙৰ কৰা

কাণ কটা - সন্মান হানি

কঁকাল দঙা - কামত লগা

গা ঘেলা - ধুন মাৰি ফুৰা

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!
To Top